Identity is complex and not a single entity. Creativity has changing dimensions.. talking about it in casual talk with some creative people in Assamese . About life , about recent past , about things we don't have time to ponder about About art ,books and society as a whole
অসমীয়া কথা , অসমৰ কথা , তেওলোকৰ কথা.যাৰ কথা পতা হোৱা নহয় , ভাবিবলৈ সময় নহয় , আপোনাৰো যদি কিবা কৱ লগিয়া আছে এই ইমেইলত যোগাযোগ কৰিব-bhaskarthakuria@gmail.com
Museology and Art History (সংগ্ৰাহলয়বিদ্যা আৰু কলা ইতিহাস অধ্যয়নৰ বিষয়ে)
In conversation with Prearana Das ,art history Scholar about Museology , folk art , methods to attract new generation to Museums , and much more
কলা ইতিহাসৰ শিকাৰু আৰু শিক্ষক প্ৰেৰণা দাসৰ সৈতে সংগ্ৰাহলয়বিদ্যা আৰু কলা ইতিহাসৰ সম্পৰ্ক, সংগ্ৰাহলয় বিলাকক জনপ্ৰিয় কৰিবলৈ নতুন প্ৰযুক্তিৰ প্ৰয়োগ , দিল্লীৰ চেন্ট্ৰেল ভিষ্টা অভিযান ত সঙোৰ খোৱা ৰাষ্ট্ৰীয় সংগ্ৰাহালয়ৰ ভৱিষ্যত আদিৰ বিষয়ে কথোপকথন
6 Jun 2021
About Art History as a course option (কলা ইতিহাস শৈক্ষিক বিষয় হিচাপে)
Prerana Das an insider to the art history academic circle discuss about prospect of art history , art preservation , art restoration its content and scope for aspiring student and common mass
কলা ইতিহাসৰ শিকাৰু প্ৰেৰণা দাসৰ লগত কথোপকথন -কলা ইতিহাস কি, art preservation , art restoration ত সম্ভাৱনা , ছাত্ৰ-ছাত্ৰী সকলে কি পঢ়িব কেনেধৰনৰ জীবিকা পাব পাৰে , আৰু নানা কথা
25 May 2021
The Journey from Quantum Chemistry to social development (কোৱান্টাম ৰাসায়নৰ পৰা সামাজীক বিকাশলৈ)
The journey of a Guwahati boy from quantum chemistry, to a unique entrepreneur to a social research educator in Azim Premji University গুৱাহাটীৰ এজন কোৱান্টাম কেমেষ্ট্ৰীৰ চাত্ৰৰ ফাইজাৰৰ গবেষণা ৰ পৰা চয়া মিল্ক আৰু টুফুৰ ক্ষুদ্ৰ বয়বাসায়ৰ পৰা আজীম প্ৰেমজী বিশ্ববিদ্যালয়ৰ সামাজীক বিকাশৰ গবেষণা আৰু অভিজ্ঞতাৰ বিষয়ে বাৰ্তালাপ
23 May 2021
Covid19 Response Azim Premji Foundation (আজীম প্ৰেমজী সংস্থাৰ কোভিড সহায়)
Nazrul Hauqe , faculty Azim Premji University ,Bangalore shares his experience about how Premji Foundation has started the Covid 19 Response from working in slums to capacity building in Health care sector.
Cover Picture :AZIM Premji foundation website
আজীম প্ৰেমজী বিশ্ববিদ্যালয়ৰ অধ্যাপক নজৰুল হ'কে সংস্থাই কেনেকৈ বস্তি এলেকাৰ আৰ্তজনৰ পৰা চিকিৎসালয় সমুহক সবলিকৰণত কাম কৰি আছে, আশা কৰ্মী ,চিকিৎসক , নাৰ্চৰ পৰা বাঙ্গালোৰৰ বস্তিৰ জীবিকাহীন যুৱক সমুহৰ লগত কাম কৰি হোৱা অনুভৱৰ কথা্ল
15 May 2021
About Azim Premji University (আজীম প্ৰেমজী বিশ্ববিদ্যালয়)
Nazrul Hauqe ,Faculty Azim Premji University talking about the structure, stream and function of Azim Premji University , its prospects amongst students and contribution of alumni towards Nation building আজীম প্ৰেমজী বিশ্ববিদ্যালয়ৰ বিষয়ে অধ্যাপক নজৰুল হ'কৰ লগত কথোপকতন, বিশ্ববিদ্যালয়খনৰ কি আৰু কেনেকৈ শিক্ষা প্ৰদান কৰা হ'য় , কেনেধৰনৰ জীবিকা তেওলোকে পায় আৰু ইয়াৰ পৰা উত্তিৰ্ণ শিক্ষাৰ্থী সকলে দেশক তথা উত্তৰ পূৱ ভাৰতত অবদান দি আছে৷
13 May 2021
Azim Premji Foundation -the early approach to education infrastructure (আজীম প্ৰেমজী সংস্থানৰ শিক্ষক সৱলীকৰণ পদ্ধতি)
Nazrul Haque ,faculty Azim Premji University talking about how the foundation approached the education infrastructure development dream in early times, how it is working on developing teacher's pride what it is doing in different part of India including North East. এই খণ্ডত নজৰুল হ'ক- অধ্যাপক আজীম প্ৰেমজী বিশ্ববিদ্যালয়ে কথা পাতিছে কেনেকৈ আজীম প্ৰেমজী প্ৰতিস্থানে শিক্ষক সবলীকৰণৰ পৰা কাম আৰম্ব কৰিছিল ,লগতে কৈছে কিধৰনেৰে প্ৰতিস্থান তোৱে ভাৰতৰ বিভিন্ন ৰাজ্যত কাম কৰি আছে ,উত্তৰপূৱ ভাৰত আৰু অসমত ইয়াৰ পৰিকল্পনা কি
8 May 2021
আজীম প্ৰেমজী ফাউন্ডেচনৰ জন্ম (Formation of Azim Premji foundation)
Nazrul Haque faculty at Azim Premzi University ,Bangalore in discussion with host Bhaskar Thakuria about how Azim Premzi Foundation was started ,its goal and its work areas -part 1 of a series of talk
আজীম প্ৰেমজী বিশ্ববিদ্যালয় ,বাঙ্গালোৰৰ অধ্যাপক অসমৰ নজৰুল হ'কৰ সতে আজীম প্ৰেমজী ফাউণ্ডেচনৰ জন্ম, উদ্দেশ্য আৰু কামৰ বিষয়ে আলোচনা
1 May 2021
অসমৰ সাচিপাত, সত্ৰীয়া কলা, পুথিচিত্ৰ আৰু লোকচিত্ৰ-ইতিহাস আৰু বৰ্তমান (History and tale of Xachipat and other traditionalAssamese art)
In this episode artist Sujit Das talks about the history of various art form of Assam , How Xachipat the unique paper made out of Agaru (Aquilaria agallocha) was prepared for , How colour from source were used for drawing in it and in Xatra (Monastery) its heritage and preseravtion besides other traditional/ folk art form of Assam.
এই সংখ্যাত সুজিত দাসে অগৰু গছৰ পৰা সাচিপাতৰ প্ৰস্তুতি , পুথিচিত্ৰত ব্যৱহাৰ কৰা ভিন্ন প্ৰকৃতিক ৰঙৰ উৎস সত্ৰীয়া কলাৰ লগতে অসমৰ আন লোককলা তাৰ ইতিহাস আৰু সংৰক্ষণৰ কথা কৈছে
28 Apr 2021
আৰ্ট ভিলেজৰ সুজিত দাসৰ যাত্ৰা (Making of Sujit Das -the artist behind Art Village)
In this episode Artist Sujit Das talks about his journey as a keeper of a cycle stand to a cartoonist to a professional artist of todays stature and also 'Frogman' the fisrt Superhero of Nagaon Assam.
এই সংখ্যাত আৰ্ট ভিলেজ নঁগাওৰ প্ৰতিস্থাপক সুজিত দাসে তেওৰ সংঘৰ্ষ আৰু প্ৰত্যাহ্বানৰ কথা কয়, কেনেকৈ চাইকেল ষ্টেণ্ডৰ পৰা আহি তেও আজি প্ৰতিস্থা লাভ কৰিলে তাৰ কথা, লগতে কলে নগাওৰ প্ৰথম চুপাৰহিৰো ফ্ৰগমেনৰ কথা
25 Apr 2021
আৰ্ট ভিলেজ নগাঁও (Art Village : an unique institute in Nagaon)
In Conversation with creator of Art Village an unique institute in Nagaon Assam and in convesatation with its curator and creator artist sujit Das.
নগাঁওত গঢ়ি উঠা নতুন প্ৰতিস্থান "আৰ্ট ভিলেজ" ৰ স্ৰস্থা সুজিত দাসৰ সৈতে হোৱা কথোপকথন৷ আৰ্ট ভিলেজ (কলাৰ গাঁও)নো কি? ইয়াত কি আছে ,দৰকাৰনোক কিয়৷ ইয়ালৈ আহিলে কোন কেনেকৈ উপকৃত হৱ তাক জানিবলৈ এই পোডকাষ্ট শুনক আৰু আনকো শুনাওক৷
আৰ্ট ভিলেজ এনে এতি প্ৰতিস্থান যত শিশু চকলে প্ৰকৃতিৰ খোৰাক, ইতিহাস বিচৰা সকলে পাব অসমৰ কলা ঐতিহ্য আৰু লোক কলা, কলাৰসিক সকলে পাব চিত্ৰশিলপ, ভাস্কৰ্য্য, ধৰ্মীয় সকলে পাব গুৰুজনাৰ কৃতি , সাধাৰন মানুহে পাব শান্তি আৰু জ্ঞাণ৷
18 Apr 2021
অণ্বেষণ- প্ৰস্থাৱনা এটি পোডকাষ্টৰ
কিয় দৰকাৰ আৰু এটি অসমীয়া ভাষাৰ পোডকাষ্টৰ এই সংখ্যাত তাৰেই আলোছনাWhy we need one more podcast in Assamese , we are discussing in episode 1
Contact অন্বেষণ
Guest appearances
Books guests
Based on episode analysis; this does not confirm that the show is currently accepting guests.
Host of অন্বেষণ?
Claim your podcast to manage its listing and keep your show details accurate.
Pod Engine is an independent podcast discovery and analytics service and is not affiliated with or endorsed by this podcast. Artwork and show content belong to their owners. Full legal notice.
Explore this show Podcast research with Pod Engine